Saturday, July 17, 2021

আত্মান্বেষণ

 আত্মান্বেষণ

------------------------------

মূলঃ নাহিদা আশৰাফী (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

------------------

হাতে দোষাৰোপ কৰিলে ভৰিক

ভৰিয়ে চকুক

চকুৱে ভোকক

ভোকে দোষাৰোপ কৰিলে কাণক

ইমানবোৰ হুলস্থূল, দেহযুদ্ধত ভয় খাই আত্মা

হাতত সাৰে ভৰিত সাৰে ওলাই আহি

খোজ কঢ়াত লাগিল অন্ধকাৰত

এতিয়া সি জড়িগছৰ তলত

কুঁচিমুচি হৈ শুই আছে বৃক্ষৰ জন্মৰ আশাত

-------------------------

কবি পৰিচয়: নাহিদা আশৰাফী বাংলাদেশৰ এগৰাকী কবি, লেখক এপিটাফ’, ‘প্ৰেম নিয়ে পাখিৰা যা ভাবেকবিৰ প্ৰকাশিত একক কাব্য সঙ্কলন আনহাতেমায়াবৃক্ষ’, ‘জাদুৰ ট্ৰাঙ্ক বিবৰ্ণ বিষাদেৰাএকক গল্প সঙ্কলন সাহিত্য পত্ৰিকাজলধিৰো সম্পাদক বহুকেইটা পুৰস্কাৰ আৰু সম্মানেৰে এইগৰাকী কবি সম্মানিত হৈছে কবিৰ সানন্দ অনুমতি সাপেক্ষে বৰ্তমানৰ কবিতাটি অনুবাদ কৰা

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...