সম্পৰ্ক
----------
মূল : অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
--------------------------
দুই বা তিনিমাহ হ'লে
নিশ্চিন্তে আঁতৰাই নিব পাৰা
দেৱালত ওলোমাই থোৱা ছবি ।
কিন্তু বছৰ বছৰজুৰি
ওলমি আছে যিখন ছবি
সেইখন আঁতৰাই নিলে
ৰৈ যাব দাগ । ¤ ¤ ¤
--------------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।
No comments:
Post a Comment