Tuesday, May 10, 2022

পৰুৱা

পৰুৱা

 ---------

মূলঃ সুবোধ সৰকাৰ (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

 ----------------------------------

পঞ্চম মহলাত পৰুৱাৰ সৈতে সাক্ষাৎ ল৷

এখিলা পেপাৰ নেপকিনৰ ওপৰেদি

খোজ কাঢি. সি মহাবিশ্বৰফালে আগুৱাইছিল৷

মই লোঁ,‘গুড মৰ্নিং

সিয়ো লে,‘গুড মৰ্নিং৷

 

কিছুদিনৰ পাছত দশম্ মহলাত সাক্ষাৎ ল৷

মদৰ গিলাছ এটাৰ গা বগাই সি ওপৰলৈ উঠিছিল

মই লোঁ,‘গুড মৰ্নিং

সিয়ো লে,‘গুড মৰ্নিং৷

 

আৰু কিছুদিন পাছত পঁচিছ নম্বৰ মহলাত সাক্ষাৎ ল৷

তাৰ পাছত ত্ৰিছ নম্বৰ মহলাত

চেনীৰ দানা এটা কঢি়য়াই সি খোজ দিছিল

খোৱাৰ টেবুলত৷

 

পৰুৱা, ত্ৰিছ নম্বৰ মহলাত উঠিয়ো, পৰুৱা হৈয়ে ৰয়৷

ডাঙৰ নহয়৷ ঠিক মানুহৰ দৰে৷

 

নিশা ল৷ বিদায় জনাবলৈ ওচৰলৈ গৈ

পৰুৱাক লোঁ,‘গুড নাইট

পৰুৱাইও মোক লে,

গুড নাইট৷***

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...