Saturday, May 22, 2021

চিকিৎসালয়ত লেখা



 চিকিৎসালয়ত লেখা

---------------------

মূল : অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

----------------------------------------

ব্ৰঙ্কোস্কোপি কৰি ধৰা পেলাব পাৰি

শ্বাসনলীৰ ৰোগ

কোলোনোস্কোপি কৰি বুজিব পাৰি

' অন্ত্ৰৰ সমস্যা

সামান্য ইউএচজিয়ে কৈ দিয়ে

গল ব্লাডাৰত পাথৰ আছে নে নাই

আনকি স্কিজ'ফ্ৰেনিয়া চিনাক্ত কৰাৰ বাবেও আছে

দুই-তিনি ধৰণৰ টেষ্ট

অভিমান বুজিবলৈ আজিও ভৰসা

কেৱল সেই চকু

--------------------------

বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত

 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...