সাম্য
-------
মূলঃ অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদঃ কুমুদ ঘোষ
---------------
সূৰ্যৰ পোহৰ ক'ৰবাত বেছি, ক'ৰবাত কম।
সেয়ে
শইচৰ ঊনৈছ-বিছ,
মানুহৰ গাৰ ৰং ক'ৰবাত বগা,
ক'ৰবাত ক'লা।
জোন সম্পর্কে অৱশ্যে, কাৰো কোনো
অভিযোগ নাই। ∆
সাহিত্য সমাজৰ দাপোণ৷ এই দাপোণত প্ৰতিফলিত হয় আমাৰ কাম-কাজ, চিন্তা-চেতনা, প্ৰাপ্তি-অপ্ৰাপ্তি৷
তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...
No comments:
Post a Comment